1 min read
2 words

নতুন বছৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ডাঙৰ উপহাৰ। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৮০০০ টকা। ছাত্ৰৰ বাবে আৰম্ভ হ’ল বাবু আঁচনি। অষ্টম দৰমহা আয়োগো আৰম্ভ হ’ব ৰাজ্যত। ইয়াৰ লগতে কেইবাটাও বৃহৎ উপহাৰ। নতুন বছৰত মুখ্যমন্ত্ৰীৰ ২১টা বৃহৎ উপহাৰ ।