1 min read
1 words

আৰক্ষীৰ জেৰাত এফালৰ পৰা মুখা খোল খাইছে দুই অভিযুক্তৰ । CID কাৰ্যালয়ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মাৰাথন জেৰা । আৰক্ষীয়ে বিভ্ৰান্ত কৰাৰ বাবে বাৰে বাৰে চেষ্টা চলাইছে । জুবিন গাৰ্গৰ মোবাইল ফোনকে ধৰি বহু জৰুৰী নথি পত্ৰ জব্দ কৰা হৈছে